নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী : শুভ্ৰ বৰফৰ দলিচাই আৱৰিছে ছিকিমক। এসপ্তাহ জুৰি হোৱা প্ৰবল তুষাৰপাতৰ ফলত ছিকিমত এতিয়া প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ সমাহাৰ।
etv bharat
ছিকিমৰ তুষাৰপাতৰ দৃশ্য উপভোগ কৰিবলৈ চুবুৰীয়া ৰাজ্যখনত ভিৰ কৰিছে দেশ-বিদেশৰ পৰ্যটকে।