অসম

assam

ETV Bharat / state

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত "গোমচেং ডে" উদযাপন - গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট

ব'হাগৰ আজিৰ দিনতে প্ৰতি বছৰে উদযাপন কৰি আহিছে গোমচেঙ ডে৷ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে অধ্যক্ষ বুলজিৎ বুঢ়াগোহাঁইয়ে

GOMSENG DAY

By

Published : Apr 27, 2019, 11:06 PM IST

তেজপুৰ,২৭ এপ্ৰিল : তেজপুৰৰ এটি শিক্ষা অনুষ্ঠানত "গোমচেং "ডে উদযাপন । তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকনলজীৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে বহাগৰ আজিৰ দিনতে প্ৰতি বছৰে উদযাপন কৰি আহিছে গোমচেং ডে"ৰ৷

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত "গোমচেং ডে" উদযাপন

বাৰে-ৰহনীয়া সংস্কৃতিক অনুষ্ঠানৰ মাজেদি অসমীয়া ভাষা তথা সংস্কৃতিৰ এনাজৰী ডাল কটকটীয়া কৰি ৰাখিবলৈ এই প্ৰয়াস কৰে শিক্ষাৰ্থী তথা শিক্ষকসকলে । ভাষাক জীয়াই ৰাখিবলৈ এখন চুটি নাট্য সাহিত্যৰ মাধ্যমেৰে প্ৰকাশ কৰে। অনুষ্ঠানটোৰ শোভাৰম্ভণি কৰে শিক্ষানুষ্টানৰ মুৰব্বী তথা অধ্যক্ষ বুলজিৎ বুঢ়াগোহাঁইয়ে ৷

ABOUT THE AUTHOR

...view details