অসম

assam

By

Published : Sep 23, 2020, 4:57 PM IST

ETV Bharat / state

গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ

নেৰানেপেৰা বৰষুণৰ বাবে চত্ৰং নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰ বাগৰিছে পানী ৷ ফলত যিকোনো মুহুৰ্ততে চিঙি যাব পাৰে ঘাইপথটো ৷ অৰুণাচল প্ৰদেশৰ পৰা নামি অহা পানীয়ে বৃদ্ধি কৰিছে নৈখনৰ জলস্তৰ ৷

Gohpur Chatrang river is flowing above NH 15
গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ

তেজপুৰ, 23 ছেপ্তেম্বৰঃ গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ নেৰানেপেৰা বৰষুণৰ বাবে চত্ৰং নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰ বাগৰিছে পানী ৷ ফলত যিকোনো মুহুৰ্ততে ভাঙি যাব পাৰে ঘাইপথটো ৷ অৰুণাচল প্ৰদেশৰ পৰা নামি অহা পানীয়ে বৃদ্ধি কৰিছে নৈখনৰ জলস্তৰ ৷ ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে নৈখনৰ দাতি কাষৰীয়া অঞ্চলৰ ৰাইজ ৷ মঙলবাৰৰ তুলনাত আজি চৰখনৰ কিছু অংশত পানী কমিছে যদিও কেইবাটাও ৱাৰ্ড এতিয়াও জলমগ্ন হৈ আছে ৷

গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ

ABOUT THE AUTHOR

...view details