অসম

assam

ETV Bharat / state

গাভৰু নৈৰ ওপৰত থকা দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক - দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক

মিছামাৰী কলাকুছিৰ গাভৰু নদীৰ দলঙৰ বিধ্বস্ত ৰূপ ৷ যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিছে অঞ্চলবাসীয়ে ৷

গাভৰু নৈৰ ওপৰত থকা দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক

By

Published : Aug 14, 2019, 2:30 PM IST

ৰঙাপৰা, 14 আগষ্টঃ ৰাজ্য চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবে শোচনীয় হৈ পৰিছে শোণিতপুৰ জিলাৰ গাভৰু নৈৰ ওপৰত থকা দলং ৷ দলঙখনৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সম্প্ৰতি মৰণ ফান্দলৈ পৰিণত হৈছে দলংখন । দলংখনৰ এনে অৱস্থাৰ ফলত বৰ্তমান যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷ বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত গুৰুত্ব দি দলঙৰ মেৰামতি কৰাৰ আহ্বান স্থানীয় লোকৰ ৷

গাভৰু নৈৰ ওপৰত থকা দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক

ABOUT THE AUTHOR

...view details