ৰঙাপৰা,17 জানুৱাৰী : শোণিতপুৰৰ ৰঙাপৰাত দেওবাৰে উলহ-মালহেৰে চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে দেবেন্দ্ৰ নগৰ সীমান্ত সুৰক্ষা বল চমুকৈ এছএছবিয়ে ৷ দেবেন্দ্ৰ নগৰত সীমান্ত সুৰক্ষা বলৰ 68 নং বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে এছএছবিয়ে ৷
ৰঙাপৰাত এছএছবিৰ 68 নং বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন - ৰঙাপৰা
দেওবাৰে ৰঙাপৰাত সীমান্ত সুৰক্ষা বলৰ 68 নং বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷
![ৰঙাপৰাত এছএছবিৰ 68 নং বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন SSB foundation day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10274640-thumbnail-3x2-r.jpg)
ৰঙাপৰাত এছএছবিৰ প্ৰতিষ্ঠা দিৱস
ৰঙাপৰাত এছএছবিৰ প্ৰতিষ্ঠা দিৱস
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । সম্পূৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । উল্লেখ্য যে, 2017 চনত দেবেন্দ্ৰ নগৰত এছএছবিৰ 68 নং বেটেলিয়ন প্ৰতিষ্ঠা হৈছিল ।
লগতে পঢ়ক :সংখ্যালঘু প্ৰীতিটো বেয়া কথা নহয়; কিন্তু মিঞা প্ৰীতিটোহে বেয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা
Last Updated : Jan 17, 2021, 5:44 PM IST