প্ৰতিবাদকাৰীক ৰোধিবলৈ তেজপুৰত সেনাৰ ফ্লেগমাৰ্চ
কেব গৃহীত হোৱাৰ পাচতেই ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে আন্দোলন ৷ স্বতঃস্ফূৰ্তঃ ভাৱে জনতা ওলাই আহিছে ৰাজপথলৈ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন ৷
তীব্ৰতৰ হৈ পৰিছে আন্দোলন
তেজপুৰ, 12 ডিচেম্বৰ :কেব গৃহীত হোৱাৰ পাচতেই ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে আন্দোলন ৷ স্বতঃস্ফূৰ্তঃ ভাৱে জনতা ওলাই আহিছে ৰাজপথলৈ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন ৷ তেজপুৰত মোতায়েন কৰা হৈছে আসাম ৰাইফলচ আৰু ভাৰতীয় সেনা ৷ ইতিমধ্যে ফ্লেগ মাৰ্চ কৰিছে সেনাই ৷ এই সন্দৰ্ভত প্ৰণৱ কুমাৰ দাসৰ প্ৰতিবেদন :