অসম

assam

ETV Bharat / state

অৰুণাচলত সংৰক্ষণ হিমালয়ান ক'লা ভালুক

Wild Life Trust Of India আৰু পাকে বন বিভাগৰ মুৰব্বী টানে তাপীৰ তত্ত্বাৱধানত বৰ্তমান পাঁচটা ভালুক পৰ্যবেক্ষণত ৰখা হৈছে । এই CENTRE FOR BEAR REHABELATION And CONSERVATION য়ে ভালুক উদ্ধাৰ কৰি পুনৰ সংস্থাপন কৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ এই চেণ্টাৰত ।

CBRC PAKKE tiger Reserve
অৰুণাচলত সংৰক্ষণ হিমালয়ান ক'লা ভালুক

By

Published : Jan 17, 2020, 5:18 PM IST

চিজুছা, (অৰুণাচল প্ৰদেশ),১৭ জানুৱাৰী: এচাইটিক ক'লা ভালুক বা হিমালয়ান ক'লা ভালুক উপলব্ধ কেৱল হিমালয়ৰ পাদ দেশত । অৰুণাচল প্ৰদেশৰ চিজুছাস্থিত পাকে ব্যাঘ্ৰ প্ৰকল্পত সংস্থাপিত CENTRE FOR BEAR REHABELATION And CONSERVATION(CBRC) ত বৰ্তমান পাঁচটা এচাইটিক ক'লা ভালুক সংৰক্ষিত অৱস্থাত আছে ৷ এই ভালুক পুনসংস্থাপন প্ৰকল্পৰ সকলো দিশ সামৰি উপস্থাপনৰ চেষ্টা কৰা হৈছে এই প্ৰতিবেদনত ৷

অৰুণাচলত সংৰক্ষণ হিমালয়ান ক'লা ভালুক

ABOUT THE AUTHOR

...view details