ৰঙাপৰা, 11 এপ্ৰিল : তেজপুৰ সমষ্টিৰ ৰঙাপৰা গোদামঘাট মিৰিৰ ভোটকেন্দ্ৰত বিসংগতি ৷ ভোটকেন্দ্ৰটোত EVM বিকল হৈ পৰাৰ ফলত পলমকৈ আৰম্ভ ভোটগ্ৰহণ কাৰ্য ৷ EVMৰ বিসংগতিত ক্ষুব্ধ ৰাইজ৷
ৰঙাপৰা গোদামঘাটত EVMৰ বিসংগতি - ইভিএম বিসংগতি
কেন্দ্ৰটোত পলমকৈ আৰম্ভ ভোটগ্ৰহণ কাৰ্য ।
ৰঙাপৰা গোদামঘাটত EVM ৰ বিসংগতি
ৰঙাপৰাৰ গোদামঘাট মিৰি 104 নং ভোটগ্ৰহণ ৰাতিপুৱাই বিকল হৈ পৰে EVM ৷ যাৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰটোত ব্যাহত হৈ পৰে ভোটদান প্ৰক্ৰিয়া । ৰাইজৰ অভিযোগ অনুসৰি, কেন্দ্ৰটোৰ EVMত কংগ্ৰেছ প্ৰাৰ্থীলৈ প্ৰদান কৰা ভোট হোৱা নাছিল পঞ্জীয়ন ৷ এই ঘটনাত ক্ষুব্ধ হৈ পৰা জনসাধাৰণৰ আক্ৰোশৰ পাচতেই EVM পুনৰ পৰীক্ষণ কৰি আৰম্ভ কৰা হয় ভোটদান কাৰ্য৷