তেজপুৰ, 16 মে :ৰাজ্যত পুনৰ ভূঁইকপৰ জোকাৰণি (Earthquake in Assam) ৷ সোমবাৰে বিয়লি 3:22 বজাত অনুভূত হয় এই ভূঁইকপৰ জোকাৰণি । ইয়াৰ প্ৰাৱল্য আছিল 3.9 ৰিখটাৰ স্কেল । মেটেৰিঅ'লজিকেল বিভাগীয়(IMD) তথ্য অনুসৰি ইয়াৰ কেন্দ্ৰস্থল নগাঁও জিলা আৰু ইয়াৰ গভীৰতা ৫৫ কিলোমিটাৰ বুলি অনুমান কৰা হৈছে । উল্লেখযোগ্য যে, দেওবাৰে নিশাও ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু তাৰ উৎপত্তি স্থল আছিল মেঘালয় ।
ৰাজ্যত 3.9 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত - মেটেৰিঅলজিকেল বিভাগীয় তথ্য
ৰাজ্যত পুনৰ ভূঁইকপৰ জোকাৰণি (Earthquake in Assam) ৷ বিয়লি 3:22 বজাত অনুভূত হয় এই ভূঁইকপৰ জোকাৰণি । ৰিখটাৰ স্কেলত 3.9 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য ৷
ৰাজ্যত 3.9 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত