- তেজপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সভাপতি (Dumper killed GP president in Tezpur) ৷
- নিহত চামধৰা গাঁও পঞ্চায়তৰ সভাপতি চাইদুল বাচাৰ (Road accident in Tezpur) ৷
- দুৰ্ঘটনাৰ সময়ত এখন স্কুটীৰে গৈ আছিল সভাপতিগৰাকী ৷
- ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰে ৷
- ডাম্পাৰৰ দৌৰাত্ম্যক লৈ উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ ৷
- ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক ৷
Road Accident in Tezpur: তেজপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সভাপতি - Dumper killed GP president in Tezpur
তেজপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত গাঁও পঞ্চায়তৰ সভাপতি (Dumper killed GP president in Tezpur) ৷ চামধৰা গাঁও পঞ্চায়তৰ সভাপতি চাইদুল বাচাৰ নিহত ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী ।
Tezpur