অসম

assam

ETV Bharat / state

ছাত্র ছাত্ৰীক উৎসাহিত কৰিবলৈ এমত্ৰণৰ নতুন কৌশল - Amtron

আনন্দৰাম বৰুৱা বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক তথ্য প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ প্ৰদৰ্শন কৰা হয় এখন চালক বিহীন টাটা নেনো গাড়ী

ছাত্র ছাত্ৰীক উৎসাহিত কৰিবলৈ এমত্ৰণৰ নতুন কৌশল

By

Published : Feb 26, 2019, 11:28 PM IST


তেজপুৰ,২৬ ফেব্ৰুৱাৰীঃ ছাত্র-ছাত্ৰীসকলক বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ প্ৰতি অধিক আগ্ৰহী কৰিবলৈ এমত্ৰণৰ নতুন কৌশল ।

ছাত্র ছাত্ৰীক উৎসাহিত কৰিবলৈ এমত্ৰণৰ নতুন কৌশল
তেজপুৰৰ আনন্দৰাম বৰুৱা বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰী সকলক তথ্য প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ প্ৰদৰ্শন কৰা হয় এখন চালক বিহীন টাটা নেনো গাড়ী । এমত্ৰণৰ উপাধ্যক্ষ ঋতু বৰণ শৰ্মাই দিয়া তথ্য অনুসৰি আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন অঞ্চলত এই চালক বিহীন গাড়ীৰ প্ৰদৰ্শন কৰা হ'ব।

ABOUT THE AUTHOR

...view details