অসম

assam

ETV Bharat / state

চতিয়াত পথ দুৰ্ঘটনাত নিহত এজন - শোণিতপুৰ জিলাৰ জামুগুৰিহাট

জামুগুৰিহাটৰ কাঠবাৰীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত কাঠবাৰীৰ প্ৰদীপ গায়ন

Deadly road accident in Sootea: One dead
চতিয়াত পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Jan 27, 2020, 1:15 PM IST

Updated : Jan 27, 2020, 2:29 PM IST

চতিয়া,27 জানুৱাৰীঃশোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কাঠবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা ৷ বলেৰ’ গাড়ীৰ খুন্দাত নিহত এজন লোক ৷ নিহত লোকজন কাঠবাৰীৰ প্ৰদীপ গায়ন (65) বুলি চিনাক্ত কৰা হৈছে ৷

চতিয়াত পথ দুৰ্ঘটনা
Last Updated : Jan 27, 2020, 2:29 PM IST

ABOUT THE AUTHOR

...view details