অসম

assam

ETV Bharat / state

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ - ভয়ংকৰ পথ দুৰ্ঘটনা

শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰুৱাৰ গোটলঙৰ কাষত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চলন্ত বাহনে মহতিয়ালে সপ্তম শ্ৰেণীৰ ছাত্ৰক ৷

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ

By

Published : Sep 10, 2019, 6:36 PM IST

তেজপুৰ, 10 ছেপ্তেম্বৰঃ

  • তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা
  • তেজপুৰৰ পৰুৱাৰ গোটলঙত পথ দুৰ্ঘটনা
  • চলন্ত গাড়ীয়ে মহতিয়ালে সপ্তম শ্ৰেণীৰ ছাত্ৰক
  • মৃত ছাত্ৰজনৰ নাম নয়ন কোঁচ
  • জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল নয়ন কোঁচ
  • বিদ্যালয় ছুটীৰ পিচত ঘৰলৈ উভতি অহাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
  • পথ পাৰ হ’ব লওতেই Maximo বাহনে মহতিয়াই ছাত্ৰ জনক
  • চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ছাত্ৰজনৰ
  • দীৰ্ঘদিন ধৰি স্পীড ব্ৰেকাৰ নিৰ্মাণৰ দাবী জনাইছিল স্থানীয় ৰাইজে
  • শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ
    তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ

ABOUT THE AUTHOR

...view details