তেজপুৰ,7 জুলাই: আঠ বছৰীয়া সাহসী শিশুৱে নৈত উটি যোৱাৰ পৰা উদ্ধাৰ কৰিলে এটি শিশু সহ এগৰাকী মহিলাক ৷ মহিলাগৰাকীয়ে দুটা শিশুক কোলাত লৈ নৈ পাৰ হ'বলৈ লঁঁওতেই সংঘটিত হয় ঘটনাটো ৷
আঠ বছৰীয়া শিশুৱে সাহসিকতাৰে উদ্ধাৰ কৰিলে মহিলাসহ এটি শিশু - মিছামাৰী
শোণিতপুৰৰ মিছামাৰীৰ দীঘলজুলি দুই কন্যা সন্তানক কোলাত লৈ এগৰাকী মহিলাই নৈ পাৰ হৈ থকাৰ অৱস্থাত তিনিওকে সোঁতে উটুৱাই নিয়ে ৷ এটা শিশু সহ মহিলা গৰাকীক স্থানীয় 8 বছৰীয়া সাহসী কিশোৰে উদ্ধাৰ কৰে যদিও ডেৰ বছৰীয়া দিপীকা তাঁতীক উটুৱাই নিয়ে সোঁতে ৷

টা শিশুক কোলাত লৈ নৈ পাৰ হ'বলৈ লঁঁওতেই সংঘটি হয় ঘটনাটো ৷
শোণিতপুৰৰ মিছামাৰীৰ দীঘলজুলি দুই কন্যা সন্তানক কোলাত লৈ এগৰাকী মহিলাই নৈ পাৰ হৈ থকাৰ অৱস্থাত তিনিওকে সোঁতে উটুৱাই নিয়ে ৷ এটা শিশু সহ মহিলা গৰাকীক স্থানীয় 8 বছৰীয়া সাহসী কিশোৰে উদ্ধাৰ কৰে যদিও ডেৰ বছৰীয়া দিপীকা তাঁতীক উটুৱাই নিয়ে সোঁতে ৷ ঘটনাস্থলীত SDRFউপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই দিপীকা তাঁতী ৷