অসম

assam

ETV Bharat / state

ভোমোৰাগুৰিত মুকলি হ’ল নদী পৰ্যটন - নৌকা পৰ্যটন

বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ লগত মন্ত্রী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে মুকলি কৰিলে নৌকা পৰ্যটন ।

brahmaputra-river-turism-open-at-tazpur
ভোমোৰাগুৰিত মুকলি হ’ল নদী পৰ্যটন

By

Published : Nov 11, 2020, 5:53 PM IST

তেজপুৰ, ১১ নৱেম্বৰঃ বুধবাৰৰ পৰা আৰম্ভ হ’ল ভোমোৰা গুৰিত পৰ্যটন সেৱা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন ভোমোৰা গুৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত ব্ৰহ্মপুত্ৰৰ বুকুত পৰ্যটকৰ বাবে উন্মোচন কৰা হ’ল নদী পৰ্যটন ৷

ভোমোৰাগুৰিত মুকলি হ’ল নদী পৰ্যটন

বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ লগতে মন্ত্রী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে মুকলি কৰিলে নৌকা পৰ্যটন । উল্লেখযোগ্য যে, কাজিৰঙাৰ পৰা তেজপুৰলৈকে এই পৰ্যটনৰ আমেজ ল’ব পাৰিব বুলি মন্তব্য কৰে বন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই আৰু বিধায়ক বৃন্দাবন গোস্বামীয়ে ।

ভোমোৰাগুৰিত মুকলি হ’ল নদী পৰ্যটন

লগতে পঢ়কঃবিপিএফ এৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

ABOUT THE AUTHOR

...view details