অসম

assam

ETV Bharat / state

মাজুলীৰ ঘটনাক গৰিহণা বৰাআটি ধৰ্মীয় সমাজৰ

মাজুলীত আছু সহযোগত আন্দোলন কৰিব লগাটো সঁচাকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ আনহাতে এই কাৰ্যত জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনায় সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্তই ।

মাজুলীৰ ঘটনাক গৰিহণা বৰাআটি ধৰ্মীয় সমাজৰ

By

Published : May 2, 2019, 3:39 PM IST

ঢেকিয়াজুলি,2 মেঃ মাজুলীৰ বৈষ্ণৱ ছাত্ৰৰ চুলি কটা ঘটনাক বৰাআটি ধৰ্মীয় সমাজৰ গৰিহণা। মাজুলীত আছুৰ সহযোগত আন্দোলন কৰিব লগাটো সঁচাকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷ আনহাতে এই কাৰ্যত জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ প্ৰশাসন তথা চৰকাৰলৈ আহ্বান জনায় সত্ৰাধিকাৰ সৰ্বেশ্বৰ মহন্তই ।

মাজুলীৰ ঘটনাক গৰিহণা বৰাআটি ধৰ্মীয় সমাজৰ

লগতে পঢ়ক : জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং


বৰ্তমান সমাজখনত হৈ থকা অসামাজিক কামকাজৰ বিপৰীতে গুৰুজনাৰ ধৰ্মীয় ৰীতি নীতি অনুসৰণ কৰি সমাজখনত সুস্থিৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ আহ্বান জনায় সত্ৰাধিকাৰজনে ।

উল্লেখযোগ্য যে, মাজুলীৰ আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে বৈষ্ণৱ ছাত্ৰৰ চুলি কাটি দিয়া ঘটনাত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ ৷

ABOUT THE AUTHOR

...view details