অসম

assam

ETV Bharat / state

বিষ্ণু ৰাভাক লৈ ৰাজনীতিকিৰণ হৈছে নেকি? - ৰাজনীতি

বিষ্ণু ৰাভাক লৈ ৰাজনীতিকিৰণ হৈছে নেকি? কিয় বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজি সংগ্ৰহৰ বিপৰীতে বাসগৃহক লৈ গুৰুত্ব ৰাজনৈতিক মহলত ? কলাগুৰুৰ পুত্ৰ হেম ৰাজ ৰাভাৰ ক্ষোভ ৷ ৰাজনৈতিক মহলত ৷ বিষ্ণুৰাভাৰ স্মৃতি তথা পৰিয়ালৰ নাম নিঃশেষ কৰাৰ ষড়যন্ত্ৰ হৈছে!! এই ভাষ্য খোদ বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ ৷

বিষ্ণু ৰাভাক লৈ ৰাজনীতিকৰণ হৈছে নেকি?

By

Published : May 14, 2019, 10:57 PM IST

Updated : May 14, 2019, 11:28 PM IST

তেজপুৰ,14মে': সঁচাকৈয়ে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিয়ালৰ ওপৰত চলিছে নেকি ৰাজনীতি ! এফালে বিষ্ণু ৰাভাৰ ঘৰক লৈ ৰাজনীতি আনফালে সংৰক্ষণৰ অভাৱত জহি খহি যাবলৈ ধৰিছে বিষ্ণু ৰাভাৰঐতিহ্য ৷ বিপৰীতে যোৱা ১৩ মে'ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন চিঠি লিখি বিষ্ণু ৰাভাৰ বাসগৃহটো জৰাজীৰ্ণ হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

বিষ্ণু ৰাভাক লৈ ৰাজনীতিকৰণ হৈছে নেকি?
Last Updated : May 14, 2019, 11:28 PM IST

ABOUT THE AUTHOR

...view details