ৰঙাপাৰা, 13 মে': শোণিতপুৰৰ ৰঙাপৰাত টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে গঠন কৰা এটা বিহু দলৰ বিহু প্ৰদৰ্শনে আপ্লুত কৰিছে ৰাইজক ৷ ভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলে একত্ৰিত হৈ এনাজৰী নামেৰে বিহু দলটি গঠন কৰি ৰঙাপৰা-বালিপাৰাত অনুষ্ঠিত হৈ অহা বিভিন্ন বিহু অনুষ্ঠানত প্ৰদৰ্শন কৰি আহিছে বিহু । এইদৰে একত্ৰিত হৈ অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ এক প্ৰয়াস চলাই আহিছে বালিপৰা প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনত থকা প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত টেট শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷
ৰঙাপৰাত টেট শিক্ষকৰ বিহু - বিহুৱা দল
ভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলে একত্ৰিত হৈ এনাজৰী নামেৰে বিহু দলটি গঠন কৰি ৰঙাপৰা-বালিপাৰাত অনুষ্ঠিত হৈ অহা বিভিন্ন বিহু অনুষ্ঠানত প্ৰদৰ্শন কৰি আহিছে বিহু । শিক্ষকতাৰ ব্যস্ততাৰ মাজতো সংস্কৃতিৰ প্ৰতি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই অনুৰাগক প্ৰশংসা কৰিছে ৰাইজে ৷
ৰঙাপাৰাত টেট শিক্ষক-শিক্ষয়িত্ৰীৰে গঠিত এনাজৰী বিহুৱা দলৰ বিহু প্ৰদৰ্শনে আপ্লুত কৰিছে ৰাইজক
শিক্ষকতাৰ ব্যস্ততাৰ মাজতো সংস্কৃতিৰ প্ৰতি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই অনুৰাগক প্ৰশংসা কৰিছে ৰাইজে ৷