অসম

assam

বালিপাৰাত প্ৰদৰ্শন মহিলাৰ ভাওঁনা

বালিপাৰা অঞ্চলৰ মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন "দক্ষযজ্ঞ"৷ পয়াৰ, বচন আৰু খোল-তালৰ শব্দত মুখৰিত বালিপাৰা

By

Published : May 4, 2019, 1:03 PM IST

Published : May 4, 2019, 1:03 PM IST

মহিলাৰ ভাওনা

ৰঙাপাৰা,4 এপ্ৰিলঃ পয়াৰ,বচন আৰু খোল-তালৰ শব্দত মুখৰিত বালিপৰা অঞ্চল। শোণিতপুৰৰ বালিপাৰাত শুকুৰবাৰে নিশা প্ৰদৰ্শন কৰা হয় মহিলাৰ ভাওঁনা ৷ বালিপাৰা যুৱ মঞ্চৰ উদ্যোগত খোল-তাল বাদনৰ কৰ্মশালাৰ অন্তিম দিনৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বালিপৰা অঞ্চলৰ মহিলাসকলে প্ৰদৰ্শন কৰে "দক্ষযজ্ঞ"৷ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা ভাওঁনাত অঞ্চলটোৰ বিভিন্ন ঠাইৰ মহিলাসকলে কৰা অভিনয়ে আপ্লুত কৰে দৰ্শকক ৷

মহিলাৰ ভাওনা

ABOUT THE AUTHOR

...view details