অসম

assam

এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চৰ বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

By

Published : Aug 27, 2019, 11:49 PM IST

এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চে আয়োজন কৰিছে অসমৰ বিভিন্ন বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ

এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চৰ বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন

তেজপুৰ,27 আগষ্ট : এক্সিচ বেংক সহযোগ মাইক্ৰ ফাইনেঞ্চৰ উদ্যোগত অসমৰ বিভিন্ন জিলাত বিশেষকৈ বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ৷ সহযোগ মাইক্ৰ ফাইনেঞ্চে এই স্বাস্থ্য শিবিৰত বানত আক্ৰান্ত লোকসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি বিশেষকৈ মধুমেহ ৰোগৰ,থাইৰয়ডৰ আদিৰ সকলো ধৰণৰ পৰীক্ষা কৰি বৰ্তমানলৈকে প্ৰায় ২৫০ জন ৰোগীৰ নমুনা পৰীক্ষা কৰি উন্নত চিকিৎসা প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে ৷ কোম্পানীটোৰ আঞ্চলিক বিপণন মেনেজাৰ উত্তম চেট্ৰীৰ তত্ত্বাৱধানত ৰঙিয়া,নলবাৰী আৰু মঙলদৈত এই তিনিটা স্বাস্থ্য শিবিৰত ৰোগীসকলক এই সুবিধা প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details