স্কুটি চোৰ কৰিবলৈ গৈ ৰঙাপৰাত আটক এজন - স্কুটি চোৰ
উত্তম-মাধ্যম দি আৰক্ষীক গতাই দিলে ৰাইজে

স্কুটি চোৰ কৰিবলৈ গৈ ৰঙাপৰাত আটক এজন
শোণিতপুৰৰ ৰঙাপৰাত শুকুৰবাৰেনিশা স্থানীয় ৰাইজে স্কুটিসহ আটক কৰে এটা চোৰক । প্ৰাপ্ত তথ্য অনুসৰি ২৭ ফেব্ৰুৱাৰীত ৰঙাপৰা ৰেলৱে কলনিৰ নিৱাসী নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ডম্বুৰু ছেত্ৰীয়ে তাৰাজুলি চাহ বাগিছাৰ নিৱাসী কৰণ তাঁতীৰ হাতৰ পৰা AS-12C-7527নম্বৰৰ স্কুটিখন অতি কৌশলেৰে লৈ যায় আৰু নিজবাসগৃহত লুকুৱাই ৰাখে।
স্কুটি চোৰ কৰিবলৈ গৈ ৰঙাপৰাত আটক এজন
Last Updated : Mar 2, 2019, 2:12 PM IST