অসম

assam

ETV Bharat / state

ৰঙাপৰাত অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান - Rangapara

চাৰিদুৱাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আছাৰ যুটিয়া অভিযান । অভিযানত দুটাকৈ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু লিটাৰ চুলাই মদ নষ্ট কৰে ।

ৰঙাপৰাত অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

By

Published : Jun 18, 2019, 6:28 PM IST

ৰঙাপৰা, ১৮ জুনঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আছাৰ যুটিয়া অভিযান ।

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ, বালিপৰা, লোক্ৰা আদি অঞ্চলত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা । সেই লৈ চাৰিদুৱাৰৰ লোক্ৰা অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আছাই যুটীয়া ভাৱে অভিযান চলায় । অভিযানত দুটাকৈ চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বহু লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে লোক্ৰা সপ্তাহিক বজাৰৰ সমীপৰ পৰাও প্ৰায় ৩৫০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে দুটাকৈ চুলাই ঘাটি নষ্ট কৰে ।

ৰঙাপৰাত অবৈধ মদৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

লগতে আন এটা বাতৰি - ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

ABOUT THE AUTHOR

...view details