অসম

assam

ETV Bharat / state

লক ডাউন এমাহৈ বৃদ্ধি কৰিলেও ৰাজ্যত নাটনি নহয় খাদ্যসামগ্ৰীৰ- যোগান মন্ত্ৰী - সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপ

সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত প্ৰকাশ কৰে ৰাজ্যৰ যোগান মন্ত্ৰী ফণিভূষন চৌধুৰীয়ে ৷ প্ৰতিখন জিলাতেই পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

যোগান মন্ত্ৰী
যোগান মন্ত্ৰী

By

Published : May 8, 2020, 2:36 PM IST

চতিয়া,৮ মে': ৰাজ্যত লক ডাউন আৰু এমাহলৈ বৃদ্ধি কৰিলেও ৰাজ্যত খাদ্য সংকটৰ উদ্ভৱ নহয় ৷ শুকুৰবাৰে সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত প্ৰকাশ কৰে ৰাজ্যৰ যোগান মন্ত্ৰী ফণিভূষন চৌধুৰীয়ে ৷ প্ৰতিখন জিলাতেই পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লক ডাউনৰ সীমা আৰু এমাহ বঢ়ালেও ৰাজ্য খাদ্য সংকটত নপৰে- যোগান মন্ত্ৰী
উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্দেশ দিছিল ৰাজ্যৰ প্ৰতিখন জিলাত গৈ খাদ্য বস্তুৰ মজুত কিমান বা নাটনি সম্পৰ্কে বুজ লবলৈ, মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশত যোগান মন্ত্ৰী গৰাকীয়ে ২৮ খন জিলালৈ গৈ খাদ্য সামগ্ৰী মজুত বা নাটনি ৰ সকলো দিশ চাই ৰাজ্যত সম্প্ৰতি ১ মাহলৈকে যোগান ধৰিব পৰা খাদ্য সামগ্ৰী মজুত আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details