ৰঙাপৰা সমষ্টিত ৰাজেন বৰঠাকুৰৰ জয় - rangapara assembly election latest news
ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনত জয় লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে ৷ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে সৰ্বমুঠ 50,154 ভোটত জয় লাভ কৰে ৷
ৰাজেন বৰঠাকুৰৰ জয়
তেজপুৰ, 24 অক্টোবৰ : 74 নং ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনত বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে ৷ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে সৰ্বমুঠ 50,114 ভোটত জয় লাভ কৰে ৷
Last Updated : Oct 24, 2019, 3:50 PM IST