অসম

assam

By

Published : Jan 26, 2021, 11:44 AM IST

Updated : Jan 26, 2021, 12:01 PM IST

ETV Bharat / state

তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

মন্ত্ৰী কেশৱ মহন্তৰ পতাকা উত্তোলনেৰে তেজপুৰৰ নেহেৰু মৈদানত উদযাপন কৰা হ'ল 72 সংখ্যক গণৰাজ্য দিৱস ৷ অসম চৰকাৰৰ উন্নয়নৰ খতিয়ানেৰে ভাষণ প্ৰদান কৰিলে জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷

তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই
তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই

তেজপুৰ,২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হ'ল 72 সংখ্যক গণতন্ত্ৰ দিৱস ৷ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা সমগ্ৰ দেশে পালন কৰি আহিছে গণতন্ত্ৰ দিৱস ৷ আন আন প্ৰান্তৰ লগতে তেজপুৰতো 72 সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে অসম চৰকাৰৰ জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই
তেজপুৰৰ নেহেৰু মৈদানত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি মহন্তৰ সহযোগিতাত সামৰিক অভিবাদন গ্ৰহণ কৰি অসম চৰকাৰৰ উন্নয়নৰ খতিয়ানেৰে ভাষণ প্ৰদান কৰে ।লগতে পঢ়ক:শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী যোগেন মহনে
Last Updated : Jan 26, 2021, 12:01 PM IST

ABOUT THE AUTHOR

...view details