শোণিতপুৰত জব্দ 14 কাৰ্টন সুৰা - ১৪ কাৰ্টুন সুৰা
৫০ হাজাৰ 'টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ
![শোণিতপুৰত জব্দ 14 কাৰ্টন সুৰা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2833257-693-e5f9c50b-8d5b-4d06-8c69-53c6515865eb.jpg)
শোণিতপুৰত জব্দ ১৪ কাৰ্টুন সুৰা
শোণিতপুৰ, 28মাৰ্চ: বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত জব্দ কৰা হয় 14কাৰ্টন অৰুণাচলী সুৰা । চাৰিদুৱাৰ আৰক্ষী বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এখন টাটা চুম’ৰ পৰা জব্দ কৰে প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ সুৰাখিনি । ভালুকপুঙৰ পৰা তেজপুৰ অভিমুখে আহি থকা টাটা চুম’ খনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় সুৰাখিনি ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
শোণিতপুৰত জব্দ ১৪ কাৰ্টুন সুৰা