অসম

assam

ETV Bharat / state

ডিবাং ভেলিৰ আনিনিৰ ছাত্ৰ ছাত্ৰীৰ ৰাষ্ট্ৰপতিৰ স'তে বাৰ্তালাপ - মিলিটেৰি একাডেমি

সেনা বাহিনীৰ ডিবাং ভেলিৰ আনিনিৰ বিভিন্ন চৰকাৰী শিক্ষানুস্থানৰ পৰা মুঠ 15 জন ছাত্ৰ ছাত্ৰীয়ে উক্ত ৰাষ্ট্ৰীয় একতা ভ্ৰমণত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে ৷

সেনা বাহিনীৰ দ্বাৰা কনডাক্টেট ভ্ৰমণৰ সুযোগ লাভ 15 ছাত্ৰ-ছাত্ৰীৰ
সেনা বাহিনীৰ দ্বাৰা কনডাক্টেট ভ্ৰমণৰ সুযোগ লাভ 15 ছাত্ৰ-ছাত্ৰীৰ

By

Published : Feb 17, 2020, 9:40 AM IST

তেজপুৰ,১৬ ফ্ৰেব্ৰুৱাৰীঃঅৰুণাচল প্ৰদেশৰ ডিবাং ভেলিৰ আনিনিৰ পৰা চলিত মাহৰ ৭ ফ্ৰেব্ৰুৱাৰীত সেনা বাহিনীৰ দ্বাৰা কনডাক্টেট ভ্ৰমণৰ সুযোগ লাভ কৰে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতীয় সেনা বাহিনীৰ মিলিটেৰি একাডেমিৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ সেনা বাহিনীৰ ডিবাং ভেলিৰ আনিনিৰ বিভিন্ন চৰকাৰী শিক্ষানুস্থানৰ পৰা মুঠ 15 জন ছাত্ৰ ছাত্ৰীয়ে উক্ত ৰাষ্ট্ৰীয় একতা ভ্ৰমণত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে ৷

সেনা বাহিনীৰ দ্বাৰা কনডাক্টেট ভ্ৰমণৰ সুযোগ লাভ 15 ছাত্ৰ-ছাত্ৰীৰ
সেনা বাহিনীৰ দ্বাৰা কনডাক্টেট ভ্ৰমণৰ সুযোগ লাভ 15 ছাত্ৰ-ছাত্ৰীৰ

এই ভ্ৰমণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ পুৰস্কাৰ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰপতিৰ লগত বাৰ্তালাপ কৰে ৷ সেনা বাহিনীৰ সূত্ৰত প্ৰকাশ পোৱা মতে, এই ভ্ৰমণে ছাত্ৰ ছাত্ৰী সকলক পৰৱৰ্তী সময়ত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা আৰু শিক্ষাগ্ৰহণ কৰাৰ এক অনুপ্ৰেৰণা যোগাব ৷ এই ভ্ৰমণৰ সমাপ্তি হ'ব আগন্তুক ২২ ফ্ৰেব্ৰুৱাৰীত ৷

সেনা বাহিনীৰ দ্বাৰা কনডাক্টেট ভ্ৰমণৰ সুযোগ লাভ 15 ছাত্ৰ-ছাত্ৰীৰ

লগতে পঢ়কঃ টীয়কত আলি আয়ে লিগাঙৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details