তেজপুৰ, ২১ মাৰ্চঃঅৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ৰাজ্যৰ নাগৰিকৰ প্ৰতি সজাগতাৰ অনুৰোধ ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু জিলা প্ৰশাসনে দৈনিক অনুষ্ঠিত কৰিছে সজাগতামূলক জৰুৰী বৈঠক ৷ প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইনৰ প্ৰতি সহাৰি জনাবলৈ ৰাজ্যবাসীক আহ্বান জনায় খাণ্ডুৱে ৷ নিজৰ লগতে সকলোকে সজাগ কৰিবলৈ আহ্বান জনাইছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
জনতাৰ সান্ধ্য আইনৰ প্ৰতি সহাৰি জনাবলৈ ৰাজ্যবাসীক আহ্বান পেমা খাণ্ডুৰ - কৰ'ণা ভাইৰাছ সংক্ৰমণ
অৰুণাচল প্ৰদেশ চৰকাৰ আৰু জিলা প্ৰশাসনে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বাবে দৈনিক অনুষ্টিত কৰি আহিছে বৈঠক ৷ কৰ'ণা সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি প্ৰধান মন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইনৰ প্ৰতি সহাৰি জনাবলৈ ৰাজ্যবাসীক আহ্বান জনায় অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷
পেমা খাণ্ডু
Last Updated : Mar 21, 2020, 7:49 PM IST