- তেজপুৰৰঠেলামৰাতঅস্ত্ৰসহ আটক এজন লোক
- আটকাধীন লোকজন বিষ্ণু জেনা বুলি চিনাক্ত
- ঠেলামৰা আৰক্ষী আৰু 20 আছাম ৰাইফলছৰ অভিযানত আটক লোকজন
- লোকজনৰ পৰা উদ্ধাৰ এটি আমেৰিকাত নিৰ্মিত ৯ এম এম পিষ্টলৰ লগতে এটা মেগজিন
- আৰক্ষীয়ে লোকজনৰ সোধা পোছাঅব্যাহত ৰাখিছে
তেজপুৰৰ পৰা অস্ত্ৰসহ আটক এজন - অস্ত্ৰ উদ্ধাৰ
ঠেলামৰা আৰক্ষী আৰু 20 আছাম ৰাইফলছৰ যুটীয়া অভিযানত আটক লোকজন

৯ এম এম পিষ্টল