তেজপুৰ আৰক্ষীৰ জালত মন্দিৰৰ সামগ্ৰী চোৰ - Another person involved in temple thief arrested at Tezpur
তেজপুৰত মন্দিৰ চুৰিকাৰ্যৰ লগত জড়িত এটা চোৰক কৰায়ত্ব কৰে আৰক্ষীয়ে ৷
![তেজপুৰ আৰক্ষীৰ জালত মন্দিৰৰ সামগ্ৰী চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4173477-thumbnail-3x2-tezpurthief.jpg)
তেজপুৰ আৰক্ষীৰ জালত মন্দিৰৰ সামগ্ৰী চোৰ
তেজপুৰ, 18 আগষ্টঃ
- দেওবাৰে তেজপুৰ আৰক্ষীয়ে মন্দিৰৰ সামগ্ৰী চুৰিকাৰ্যত লিপ্ত থকাৰ অপৰাধত এটা চোৰক কৰায়ত্ব কৰে
- ধৃত চোৰটোক তেজপুৰ গোটলঙৰ পৰা আটক কৰে আৰক্ষীয়ে
- দুদিন পূৰ্বে তেজপুৰৰ এক্স পুলিচ লাইনৰ সমীপত থকা এটা মা-কালী মন্দিৰৰ তলা ভাঙি দান-পাত্ৰৰ লগতে আন বহুতো আ-অলংকাৰ লুট কৰি নিছিল দুৰ্বৃত্তই
- আটকাধীন চোৰটোৱে এই চুৰিকাৰ্যত তাৰ লগত আন তিনিটা দুৰ্বৃত্ত জড়িত থকাৰ কথা উল্লেখ কৰিছে তেজপুৰ আৰক্ষীৰ জালত মন্দিৰৰ সামগ্ৰী চোৰ