অসম

assam

ETV Bharat / state

No Drone Zone: তেজপুৰ বিমান ঘাটিৰ পাশ্বৱৰ্তী এলেকাক ‘‘ন’ ড্ৰোণ জ’ন’’ হিচাপে ঘোষণা - Tezpur Air Force Station

তেজপুৰ বায়ুসেনাৰ ঘাটিৰ সমীপত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা ৷ বায়ুসেনাৰ ঘাটিৰ 3 কিমি. ব্যাসাৰ্ধৰ ভিতৰত উৰুৱাব নোৱাৰিব ড্ৰোণ ৷ বিমান ঘাটিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা বায়ুসেনা আৰু শোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ ৷ বিশেষ কাৰণত ড্ৰোণ ব্যৱহাৰ কৰিবলৈ ল’ব লাগিব অনুমতি ৷

NO DRONE ZONE
তেজপুৰ বিমান ঘাটিৰ পাশ্বৱৰ্তী এলেকাক ‘‘ন’ ড্ৰোণ জ’ন’’ হিচাপে ঘোষণা

By

Published : Dec 23, 2022, 7:24 PM IST

Updated : Dec 23, 2022, 10:32 PM IST

  • তেজপুৰ বায়ুসেনাৰ ঘাটিৰ( Tezpur Air Force Station) সমীপত ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা(NO DRONE ZONE)
  • বায়ুসেনাৰ ঘাটিৰ 3 কিমি. ব্যাসাৰ্ধৰ ভিতৰত উৰুৱাব নোৱাৰিব ড্ৰোণ
  • বিমান ঘাটিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা বায়ু সেনা আৰু সোণিতপুৰ জিলা আৰক্ষী অধীক্ষকৰ
  • বিশেষ কাৰণত ড্ৰোণ ব্যৱহাৰ কৰিবলৈ ল’ব লাগিব অনুমতি
  • অনুমতি অবিহনে ড্ৰোণ উৰুৱালে ড্ৰোণ ধ্বংস কৰি দিয়া হ’ব অথবা জব্দ কৰা হ’ব
    কঠোৰ শোণিতপুৰ জিলা প্ৰশাসন
  • তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শুকুৰবাৰৰ পাৰ জাৰি কৰা হৈছে এই নিৰ্দেশনা
  • শোণিপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ঘোষণা কৰিছে এই কথা
  • বনভোজস্থলী সমূহত জৈৱ-বৈচিত্ৰ বিঘ্নিত কৰিব পৰা প্লাষ্টিক ব্যৱহাতো নিষেধাজ্ঞা জাৰি
  • উচ্চ স্বৰত গীত বজোৱা, বনভোজস্থলীৰ আশে-পাশে নিচাজাতীয় দ্ৰব্য বিক্ৰী আৰু সেৱনতো নিষেধাজ্ঞা জাৰি
  • মদ্যপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধেও লোৱা হ’ব কঠোৰ ব্যৱস্থা
  • পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা, ঘোষণা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ
Last Updated : Dec 23, 2022, 10:32 PM IST

ABOUT THE AUTHOR

...view details