তেজপুৰত বৰষা ৰাণী বিষয়াই কি কৰিলে ?? - তেজপুৰ
দেওবাৰে সন্ধিয়া সাংস্কৃতিক নগৰী তেজপুৰত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক
![তেজপুৰত বৰষা ৰাণী বিষয়াই কি কৰিলে ??](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3979964-thumbnail-3x2-borsharani.jpg)
তেজপুৰত এখন বিউটি পাৰ্লাৰ মুকলি কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই
তেজপুৰ,২৯ জুলাই : দেওবাৰে সন্ধিয়া সাংস্কৃতিক নগৰী তেজপুৰত এখন বিউটি পাৰ্লাৰ মুকলি কৰিবলৈ উপস্থিত হ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ৷ চুলি সংৰোপনকে ধৰি পুৰুষ মহিলাৰ সৌন্দৰ্য চর্চাৰ সুবিধা সম্বলিত মেদুসা নামৰ বিউটি পাৰ্লাৰখন বৰষা ৰাণী বিষয়াই কেক কাটি মুকলি কৰাৰ সময়ত উপস্থিত থাকে জিলাখনৰ উপায়ুক্ত নৰসিং পাৱাৰ আৰু অভিনেত্ৰী মুনমী ফুকন ৷ পাৰ্লাৰখন মুকলিৰ পূৰ্বে বৰ্ষাৰাণীয়ে নিজেও সৌন্দৰ্য চৰ্চা কৰিলে সহ-অভিনেত্ৰী মুনমী ফুকনৰ লগত ৷
তেজপুৰত এখন বিউটি পাৰ্লাৰ মুকলি কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই