- শোণিতপুৰ জিলাৰ ৰঙাপৰাত শোকাৱহ ঘটনা
- টেক্টৰৰ চেপাত এজন যুৱক নিহত
- যুৱকজন দপদপীৰ ১নং বস্তিৰ নিৱাসী ইচ্ছাক তপ্ন
- মঙলবাৰে ট্ৰেক্টৰৰে পথাৰত হাল-বায় থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো
- হঠাৎ ট্ৰেক্টৰখনৰ আগফালটো ওপৰলৈ উঠি গৈ যুৱকজনৰ ওপৰত বাগৰি পৰে
- ফলত থিতাতে নিহত হয় যুৱকজন
- ঘটনাস্থলীত উপস্থিত হয় ৰঙাপৰা আৰক্ষীৰ দল
- আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো
- মৃত লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয় টেক্টৰৰ চেপাত নিহত ৰঙাপৰাৰ যুৱক
টেক্টৰৰ চেপাত নিহত ৰঙাপৰাৰ যুৱক - ৰঙাপৰা আৰক্ষীৰ দল
টেক্টৰে কাল হ'ল ৰঙাপৰাৰ এজন যুৱকৰ,দপদপীৰ ১নং বস্তিৰ নিৱাসী ইচ্ছাক তপ্ন নামৰ এজন যুৱকৰ মৃত্যু হ'ল টেক্টৰৰ চেপাত
টেক্টৰৰ চেপাত নিহত ৰঙাপৰাৰ যুৱক