অসম

assam

By

Published : Apr 11, 2019, 9:32 PM IST

Updated : Apr 11, 2019, 11:40 PM IST

ETV Bharat / state

ইভিএমত বন্দী হ'ল ভানু-পল্লৱৰ ভাগ্য

ইতিমধ্যে সমাপ্ত হৈছে বিভিন্ন স্থানৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দায়িত্ববাহী বিষয়াসকল আহি উপস্থিত হৈছেহি ষ্ট্ৰং ৰূমত ৷

শান্তিপূৰ্ণভাৱে তেজপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ সমাপ্ত


তেজপুৰ , 11 এপ্ৰিল: শান্তিপূৰ্ণভাৱে তেজপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ সমাপ্ত ৷ ধেমাজিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ কাৰিকৰী বিসংগতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা প্ৰকাশ ৷ শোণিতপুৰৰ পৰা ধেমাজি জিলা লৈকে শান্তিপূৰ্ণভাৱে সমাপ্ত হয় ভোটগ্ৰহণ ৷

তেজপুৰৰ পৰা ই টি ভি ভাৰতৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ প্ৰতিবেদন ...

শান্তিপূৰ্ণভাৱে সমাপ্ত তেজপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ
Last Updated : Apr 11, 2019, 11:40 PM IST

ABOUT THE AUTHOR

...view details