তেজপুৰ, 12 ডিচেম্বৰ:তেজপুৰত উত্তপ্ত প্ৰতিবাদী জনতাই জ্বলাই দিলে আৰক্ষীৰ বাহন ৷ তেজপুৰ সদৰ আৰক্ষী আৰু ঢেকীয়াজুলি আৰক্ষীৰ চকীৰ অন্তৰ্গত এলেকাত সান্ধ্য আইন জাৰি ।
তেজপুৰত প্ৰতিবাদকাৰীয়ে জ্বলালে RSS কৰ্মীৰ বাহন - সান্ধ্য আইন জাৰি
তেজপুৰত উত্তপ্ত জনতাই জ্বলালে আৰক্ষীৰ বাহন ৷ সান্ধ্য আইন জাৰি ৷

আৰক্ষীৰ বাহন জ্বলালে প্ৰতিবাদকাৰীয়ে