অসম

assam

ETV Bharat / state

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু কৰ'ণা ৰোগীৰ - কৰ'ণা আক্ৰান্ত লোক

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ থকা কৰ'ণা ৰোগী, মাজবাটৰ জীতেন্দ্ৰ প্ৰসাদ নামৰ 30 বছৰীয়া লোক গৰাকীয়ে বুধবাৰে মৃত্যুক সাৱটি লয় ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত কৰ'ণা ত আক্ৰান্ত যুৱকৰ মৃত্যু
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত কৰ'ণা ত আক্ৰান্ত যুৱকৰ মৃত্যু

By

Published : Jul 8, 2020, 4:07 PM IST

Updated : Jul 8, 2020, 4:15 PM IST

তেজপুৰ, ৮ জুলাই : বুধবাৰেতেজপুৰতকৰ'ণাতআক্ৰান্ত হৈ থকা এগৰাকী ৩০ বছৰীয়া লোকে মৃত্যুক সাৱটি লয় ৷তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজন, ওদালগুৰি জিলাৰ মাজবাটৰ জীতেন্দ্ৰ প্ৰসাদ বুলি জানিব পৰা গৈছে ৷ লোকজন দীৰ্ঘদিন ধৰি বৃক্ক আৰু যকৃতৰ ৰোগতো আক্ৰান্ত হৈ আছিল বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৷

Last Updated : Jul 8, 2020, 4:15 PM IST

ABOUT THE AUTHOR

...view details