তেজপুৰ,২৫ জুন:উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত সপ্তম স্থান দখল কৰে তেজপুৰৰ অংশুমালি শৰ্মাই ৷ তেজপুৰ ডাইমেনচন একাডেমীৰ পৰা শিক্ষাগ্ৰহণ কৰা অংশুমালিয়ে বিজ্ঞান শাখাত মুঠ 476 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ তেজপুৰৰ এগৰাকী খ্যাতনমা চিকিৎসক বিমান শৰ্মা আৰু স্বৰছিটা শৰ্মা বৰুৱাৰ দ্বিতীয় কন্যা অংশুমালি শৰ্মাই ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ৷
বিজ্ঞান শাখাত সপ্তম স্থান দখল অংশুমালি শৰ্মাৰ - বিজ্ঞান শাখাত সপ্তম স্থান দখল অংশুমালি শৰ্মাৰ
তেজপুৰৰ এগৰাকী খ্যাতনমা চিকিৎসক বিমান শৰ্মা আৰু স্বৰছিটা শৰ্মা বৰুৱাৰ দ্বিতীয় কন্যা অংশুমালি শৰ্মাই ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ৷

তেজপুৰ