তেজপুৰ,৭ নৱেম্বৰ : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নাম অন্তৰ্ভুক্ত হ'ল বিশ্বৰ শীৰ্ষ ২% বৈজ্ঞানিকৰ তালিকাত ।আমেৰিকাৰ ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ এটা দল আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৭ গৰাকী অধ্যাপক অন্তৰ্ভুক্ত হয় এই তালিকাত । এই ডাটা বেছ প্ৰকাশ পাইছে শীৰ্ষ পৰ্যায়ৰ সংবাদ পত্ৰ পি এল ও এছ বায়'লজীত ।
বিশ্বৰ আগশাৰীৰ বৈজ্ঞানিকৰ তালিকাত তেজপুৰ বিশ্ব বিদ্যালয়ৰ ৭ অধ্যাপক - Tezpur Central University
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ নাম অন্তৰ্ভুক্ত হ'ল বিশ্বৰ শীৰ্ষ ২% বৈজ্ঞানিকৰ তালিকাত ।
![বিশ্বৰ আগশাৰীৰ বৈজ্ঞানিকৰ তালিকাত তেজপুৰ বিশ্ব বিদ্যালয়ৰ ৭ অধ্যাপক 7 professor of Tezpur Central University selected under 2% scientists of the world](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-08:02:41:1604759561-as-tezpur-7nov-803-pix-tu-pranabkumardas-7203907-07112020195555-0711f-1604759155-558.jpg)
বিশ্বৰ আগশাৰীৰ বৈজ্ঞানিকৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ ৭ অধ্যাপক
এই সন্মানীয় তালিকাখনত পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক স্বৰ্গীয় অশোক কুমাৰ, অধ্যাপক পাৰ্থ প্ৰতিম চাহু ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, অধ্যাপক নিৰঞ্জন কাৰক কেমিকেল বিভাগ, অধ্যাপক আশীষ কুমাৰ মুখাৰ্জী মলিকলৰ বায়'লজি, আৰু বায়' টেকনলজি । ইয়াৰ উপৰিও অধ্যাপক আৰ এছ চিৰহি পদাৰ্থ বিজ্ঞান, অধ্যাপক শুভেন্দু ভট্টাচাৰ্য্য ফুড ইঞ্জিনীয়াৰিং ,আৰু অধ্যাপক বি এম চৌধুৰীৰ নাম অন্তৰ্ভুক্ত হৈছে ।
Last Updated : Nov 8, 2020, 3:18 PM IST