অসম

assam

Bomb at Dhekiajuli: ঢেঁকীয়াজুলিৰ দলঙৰ তলত ৬ টা বোমা উদ্ধাৰ

By

Published : Dec 21, 2022, 10:06 PM IST

শোণিতপুৰৰ ঢেকিয়াজুলিত উদ্ধাৰ ৬ টা বোমা (Bomb at Dhekiajuli)৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত চিৰাজুলী দলঙৰ তলত উদ্ধাৰ বোমাকেইটা ৷

Bomb at Dhekiajuli
ঢেঁকীয়াজুলিৰ দলঙৰ তলত ৬ টা বোমা উদ্ধাৰ

ঢেঁকীয়াজুলিৰ দলঙৰ তলত ৬ টা বোমা উদ্ধাৰ
  • শোণিতপুৰৰ ঢেকিয়াজুলিত উদ্ধাৰ ৬ টা বোমা(Bomb at Dhekiajuli)
  • ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত চিৰাজুলী দলঙৰ তলত উদ্ধাৰ বোমাকেইটা(Bomb recover in Sonipur)
  • ঢেকিয়াজুলি আৰক্ষী আৰু সেনাৰ অভিযানত উদ্ধাৰ হয় বোমাকেইটা(Bomb terror at Dhekiajuli)
  • সমাগত খ্ৰীষ্টমাষ্ট অথবা নৱবৰ্ষত কূটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে কোনো নিষিদ্ধঘোষিত সংগঠনে বোমাকেইটা সংস্থাপন কৰাৰ সন্দেহ আৰক্ষীৰ
  • বৰ্তমানলৈ কোনো সংগঠনে স্বীকাৰ কৰা নাই বোমাকেইটা সংস্থাপিত কৰাৰ কথা

ABOUT THE AUTHOR

...view details