অসম

assam

ETV Bharat / state

তেজপুৰত পুনৰ ৬ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি - covid-19

তেজপুৰত ৬ জন ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । জিলাখনত COVID-19 ত আক্ৰান্তৰ সংখ্যা মুঠ ১৩ জন বুলি সদৰী কৰে জিলা প্ৰশাসনে ।

তেজপুৰ
তেজপুৰত পুনৰ ৬ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

By

Published : May 22, 2020, 7:57 PM IST

তেজপুৰ,২২ মে' : শুকুৰবাৰে পুনৰ তেজপুৰত ৬ জন ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । বৰ্তমান পৰ্যন্ত তেজপুৰত COVID-19 ত আক্ৰান্তৰ সংখ্যা মুঠ ১৩ জন বুলি সদৰী কৰে জিলা প্ৰশাসনে ।

তেজপুৰত পুনৰ ৬ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

তাৰোপৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেন্টাইন চেন্টাৰত থকা মুঠ ১৭ জন বহিঃৰাজ্যৰ পৰা অহা লোকৰ দেহত COVID-19 উপস্থিতি পোৱা গৈছে বুলি জানিবলৈ দিয়ে ৷ আৰু এই মুহুৰ্তলৈকে তেজপুৰ মেডিকেল কলেজত COVID-19 ত আক্ৰান্ত ১৮ জন ৰোগী চিকিৎসাধীন হৈ আছে বুলি সদৰী কৰে ।

তেজপুৰত পুনৰ ৬ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

ABOUT THE AUTHOR

...view details