অসম

assam

ETV Bharat / state

আমগুৰিত যোগ শিক্ষাৰ অনুশীলনত ব্যস্ত এদল প্ৰশিক্ষাৰ্থী

আমগুৰিৰ উত্তৰ ঘৰফলীয়াৰ যুৱক বৰুণ জ্যোতি গোঁহাই নামৰ যোগ শিক্ষক তথা যুৱকজনে এনেদৰে নিজ গৃহতে এটি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি যোগ শিক্ষা প্ৰদান কৰি আহিছে। যোৱা এটা বছৰ ধৰি উচ্চ শিক্ষাৰে শিক্ষিত যুৱক বৰুণ জ্যোতি গোঁহাইয়ে নিজা গৃহতে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি চৈধ্যৰ জনকৈ কিশোৰ-কিশোৰীক যোগ শিক্ষা প্ৰদান কৰি আহিছে ।

yuga-story-at-amguri
আমগুৰিত যোগ শিক্ষাৰ অনুশীলনত ব্যস্ত এদল প্ৰশিক্ষাৰ্থী

By

Published : Nov 18, 2020, 12:36 PM IST

আমগুৰি,১৮ নৱেম্বৰঃ আমগুৰিত যোগ শিক্ষাৰ অনুশীলনত ব্যস্ত এদল প্ৰশিক্ষাৰ্থী ৷ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত উৎকৰ্ষ সাধন কৰাৰ বাবে যুৱকজনে নিজ গৃহতে যোগ শিক্ষাৰে শিক্ষিত কৰি তুলিছে কিশোৰ-কিশোৰীসকলক ৷

আমগুৰিত যোগ শিক্ষাৰ অনুশীলনত ব্যস্ত এদল প্ৰশিক্ষাৰ্থী
আমগুৰিৰ উত্তৰ ঘৰফলীয়াৰ যুৱক বৰুণ জ্যোতি গোঁহাই নামৰ যোগ শিক্ষক তথা যুৱকজনে এনেদৰে নিজ গৃহতে এটি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি শিক্ষা প্ৰদান কৰি আহিছে । যোৱা এটা বছৰ ধৰি উচ্চ শিক্ষাৰে শিক্ষিত যুৱক বৰুণ জ্যোতি গোঁহাইয়ে নিজা গৃহতে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি চৈধ্যজনকৈ কিশোৰ-কিশোৰীক যোগ শিক্ষা প্ৰদান কৰি আহিছে ।
আমগুৰিত যোগ শিক্ষাৰ অনুশীলনত ব্যস্ত এদল প্ৰশিক্ষাৰ্থী
উল্লেখ্য যে, যোগ শিক্ষা আনুষ্ঠানিক শিক্ষাৰ মাধ্যম নোহোৱাত আৰ্থিকভাৱে স্বচ্ছল হৈ উঠা নাই বৰুণ জ্যোতি গোঁহাইৰ দৰে যুৱকসকল । স্কুলীয়া পাঠ্যক্ৰমত যোগ শিক্ষাক সংযোগ কৰিলে ছাত্ৰ-ছাত্ৰীসকল অধিক লাভাৱান্বিত হ'ব যদিও ৰাজ্যৰ শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা নাই । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে যোগ শিক্ষাক পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰিলে ছাত্ৰ-ছাত্ৰীসকল অধিক লাভাৱান্বিত হ'ব বুলি আশা কৰিব পাৰি ।
আমগুৰিত যোগ শিক্ষাৰ অনুশীলনত ব্যস্ত এদল প্ৰশিক্ষাৰ্থী
লগতে পঢ়কঃবিটিচিলৈ কেন্দ্ৰই পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ প্ৰশ্ন হিমন্তৰ

ABOUT THE AUTHOR

...view details