- শিৱসাগৰ নগৰত অঘটন
- নিৰ্মীয়মান বিল্ডিঙৰ পৰা পৰি মৃত্যু এজন বনুৱাৰ (Worker died after falling from building)
- আমোলাপট্টিৰ এক নিৰ্মীয়মান বিল্ডিঙৰ কামত নিয়োজিত হৈ আছিল বনুৱাজন
- কৰ্মৰত অৱস্থাতে দেহেশ্বৰ কোঁৱৰ নামৰ লোকজন হঠাৎ বিল্ডিঙৰ পৰা তলত সৰি পৰে
- গুৰুতৰভাৱে আহত কোঁৱৰক ততাতৈয়াকৈ সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়লত ভৰ্তি কৰোৱা হয়
- অৱস্থা অধিক সংকটজনক হোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
- কিন্তু অসামৰিক চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় দেহেশ্বৰ কোঁৱৰৰ