আমগুৰি,17 অক্টোবৰ : শিৱসাগৰ জিলাৰ জাঁজীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱতি নিশা প্ৰায় 2.30 বজাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷
শিৱসাগৰত ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ট্ৰাকচালক - ট্ৰাকচালক
শনিবাৰে পুৱতি নিশা শিৱসাগৰৰ জাঁজীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ দুখন বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ৷ গুৰুতৰভাৱে আহত হৈছে এখন ট্ৰাকৰ চালকজন ৷
শিৱসাগৰত ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ট্ৰাকচালক
উল্লেখ্য যে,AS-17B-9851 নম্বৰৰ যোৰহাট অভিমুখী ট্ৰাকৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-01HC-2974ৰ 407 নম্বৰৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত গুৰুতৰভাৱে আহত হয় 407 নম্বৰৰ ট্ৰাক চালকজন ।