আমগুৰি, ২২ জুলাই :আমগুৰি নগৰত তিনিদিনীয়া লক্ ডাউন ঘোষণা কৰিছে ব্যৱসায়ী সন্থাই । অঞ্চলটোত ভয়াবহ ৰূপত ক'ভিড-19 গণ সংক্ৰমনে দেখা দিয়াৰ কাৰণে তিনিদিনীয়া লক্ ডাউনৰ সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ । আমগুৰি অঞ্চটোৰ বিভিন্ন স্থানত বৰ্তমানলৈকে অৰ্ধ শতাধিক ব্যক্তিৰ দেহত ক'ভিড-19 ৰোগৰ লক্ষণে দেখা দিয়াত শংকিত হৈ পৰিছে আমগুৰিবাসী ।
আমগুৰি ব্যৱসায়ী সন্থাৰ তিনি দিনীয়া লক্ ডাউন - কন্টেইনমেন্ট জ'ন
ভয়াবহ ৰূপত ক'ভিড-19ৰ গণ সংক্ৰমনে দেখা দিয়াৰ কাৰণে তিনিদিনীয়া লক্ ডাউনৰ সিদ্ধান্ত আমগুৰিৰ ব্যৱসায়ী সন্থাৰ।

lock down
আমগুৰি ব্যৱসায়ী সন্থাৰ তিনি দিনীয়া লক্ ডাউন
লগতে পঢ়ক :বিধায়ক শিলাদিত্যক নীতিশিক্ষা ৰাজেন গোহাঁইৰ