শিৱসাগৰ, 30 ছেপ্তেম্বৰঃমঙলবাৰে শিৱসাগৰ আৰক্ষীৰ জালত পৰিল তিনি গভাইত চোৰ ৷ বিগত কিছুদিন ধৰি শিৱসাগৰৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠানত চুৰি কাৰ্য চলাই আহিছিল দলটোৱে ৷ শিৱসাগৰ সদৰ থানাৰ উপ পৰিদৰ্শক বিশ্বজিৎ সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই যোৰহাটৰ পৰা কৰায়ত্ব কৰে চোৰৰ দলটোক ৷ ধৃত চোৰকেইটা ক্ৰমে ৰাজা দুৱৰা, ভোলা দুৱৰা আৰু ইক্ৰামুল আলি ৷
শিৱসাগৰত আটক তিনি গভাইত চোৰ - শিৱসাগৰত চোৰ আটক
শিৱসাগৰত আটক কৰা হ’ল তিনি গভাইত চোৰ ৷ বিগত কিছুদিন ধৰি শিৱসাগৰৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠানত চুৰি কাৰ্য চলায় আহিছিল চোৰৰ দলটোৱে ৷

শিৱসাগৰত আটক তিনি গভাইত চোৰ
শিৱসাগৰত আটক তিনি গভাইত চোৰ
শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত সংঘটিত চুৰি কাৰ্যৰ সৈতেও জড়িত আছিল চোৰৰ দলটো ৷
লগতে পঢ়ক-বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা