শিৱসাগৰ, 15 নৱেম্বৰঃ শিৱসাগৰৰ আমগুৰিৰ নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনত ছাত্ৰ-ছাত্ৰীৰ কান্দোনৰ ৰোল ৷ আপোনজনক হেৰুৱাৰ দৰেই হিয়া ধাকুৰি কান্দিছে ছাত্ৰ-ছাত্ৰী সকলে । শোকত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷ হয় ! সুদীৰ্ঘ 12 বছৰ অধ্যয়ন কৰা অন্তত নিজৰ বিদ্যালয়খন তথা আপোন শিক্ষক-শিক্ষয়িত্ৰী সকলক এৰি যোৱাৰ শোকত বৃহস্পতিবাৰে উচুপি উঠিল একাংশ ছাত্ৰ-ছাত্ৰী ৷
বিদ্যালয় চৌহদত হিয়া ধাকুৰি কান্দিলে আমগুৰিৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ! - আমগুৰি
সুদীৰ্ঘ 12 বছৰ অধ্যয়ন কৰাৰ অন্তত নিজৰ বিদ্যালয়খন তথা আপোন শিক্ষক-শিক্ষয়িত্ৰী সকলক এৰি যোৱাৰ শোকত বৃহস্পতিবাৰে উচুপি উঠিল বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰী ৷
বিদ্যালয় চৌহদত কিয় কান্দিলে আমগুৰিৰ ছাত্ৰ-ছাত্ৰীয়ে!