অসম

assam

By

Published : Aug 10, 2019, 11:49 AM IST

Updated : Aug 10, 2019, 1:39 PM IST

ETV Bharat / state

আলফাৰ সন্দেহত গ্ৰেণেডসহ আটক যুৱক

আলফাৰ সন্দেহত গ্ৰেণেডসহ আটক যুৱক

11:25 August 10

ডিমৌৰ বকতা বৰপিয়াল হাবিৰ পৰা আলফাৰ সন্দেহত গ্ৰেণেডসহ আটক তিনিজন যুৱকক

ডিমৌ,10আগষ্ট :

  • ডিমৌত আলফাৰ সন্দেহত তিনিজন যুৱকক আটক
  • বকতা বৰপিয়াল হাবিৰ পৰা আটক কৰা হয় যুৱককেইজনক
  • যুৱককেইজন বাবু তামুলী,বিৰেন চেতিয়া আৰু অৰুণ ৰাইদঙীয়া
  • অৰুণ ৰাইদঙীয়াক আটক কৰা হয় মাছৈৰ পৰা 
  • যুৱককেইজনৰ পৰা উদ্ধাৰ কৰা হয় গ্ৰেণেড
Last Updated : Aug 10, 2019, 1:39 PM IST

ABOUT THE AUTHOR

...view details