শিৱসাগৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত - জুৱাৰ আড্ডা পৰা ১ লাখ ৪ হাজাৰ টকা নগদ ধন জব্দ
শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত ওৰফে পি'ৰ ঘৰত জুৱাৰ আড্ডা,ছজন জুৱাৰীক আটক আৰক্ষীৰ ৷

শিৱসাগৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত
শিৱসাগৰ,26জুনঃশিৱসাগৰ জিলাৰ দৌলমুখ গায়নগাঁৱৰ নিবাসী তথা শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত ওৰফে পি'ৰ ঘৰত এই জুৱাৰ আড্ডা ৷ বৃহস্পতিবাৰে নিশা ৯.০০ মান বজাত শিৱসাগৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই জুৱা খেলি থকা অৱস্থাত হাতে লোটে ধৰে ছজন জুৱাৰীক। ইপিনে জুৱাৰ আড্ডা পৰা ১ লাখ ৪ হাজাৰ নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।
শিৱসাগৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত