অসম

assam

ETV Bharat / state

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত আন্দোলনৰ হুংকাৰ - scrapping of the new nps system

আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ এন পি এচ ৰ কৰ্মৰত কৰ্মীৰ ৷ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী এন পি এচ ৰ কৰ্মৰত কৰ্মীৰ ৷ এন পি এচ ব্যৱস্থাক মহাকাল আখ্যা এইসকল কৰ্মীৰ ৷

sivsagar nps workers likely to protest against the new nps system
নতুন পেঞ্চন নীতি বাতিলৰ দাবীত আন্দোলনৰ হুংকাৰ

By

Published : Dec 20, 2020, 1:07 PM IST

আমগুৰি,20 ডিচেম্বৰ: নতুন পেঞ্চন নীতিক মহাকাল আখ্যা দি প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি লোৱাৰ হুংকাৰ এন পি এচ ৰ কৰ্মৰত কৰ্মীৰ ৷ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনাই এন পি এচ কৰ্মচাৰী সন্থাই আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে ৷

এন পি এচ ব্যৱস্থাক মহাকাল আখ্যা

ইতিমধ্যে আমগুৰিত সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী সন্দৰ্ভত এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছে ৷ সভাৰ পাছতে এন পি এচ কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া সকলে এন পি এচ ব্যৱস্থাক এক মহাকাল হিচাপে আখ্যা দি এই ব্যৱস্থাই এন পি এচ ৰ কৰ্মৰত কৰ্মচাৰীক ডুবাব বুলি মন্তব্য কৰে লগতে চৰকাৰক এই ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনায় ।

লগতে পঢ়ক:আগন্তুক নিৰ্বাচনত শিৱসাগৰ সমষ্টিত আঞ্চলিক দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অখিল গগৈ

ABOUT THE AUTHOR

...view details