অসম

assam

By

Published : Mar 6, 2020, 8:49 AM IST

ETV Bharat / state

আটাইতকৈ সুস্বাদু অলিয়ষ্টৰ কাঠফুলাৰ কথা জানেনে ?

বৃহৎ পৰিসৰত দৈনিক ২০০ কেজি কাঠফুলা উৎপাদনৰ লক্ষ্য বান্ধি লোৱা যুৱক দুজনে প্ৰাৰম্ভিক অৱস্থাত দৈনিক উৎপাদন কৰিছে ২০ কেজিকৈ কাঠফুলা।

আটাইতকৈ সুস্বাদু অলিয়ষ্টৰ কাঠফুলাৰ কথা জানেনে ?
আটাইতকৈ সুস্বাদু অলিয়ষ্টৰ কাঠফুলাৰ কথা জানেনে ?

শিৱসাগৰ,6 মাৰ্চঃশিৱসাগৰৰ দুজন যুৱকৰ উদ্যম। নিয়োজিত হৈছে কাঠফুলাৰ খেতিত। বৰ্তমান জনপ্ৰিয় হৈ পৰা কাঠফুলাক অৰ্থ উপাৰ্জনৰ পথৰূপে গ্ৰহণ কৰিছে শিৱসাগৰৰ কংকণ আৰু মনোৰমে। বৃহৎ পৰিসৰত দৈনিক ২০০ কেজি কাঠফুলা উৎপাদনৰ লক্ষ্য বান্ধি লোৱা যুৱক দুজনে প্ৰাৰম্ভিক অৱস্থাত দৈনিক উৎপাদন কৰিছে ২০ কেজিকৈ কাঠফুলা। বৃহৎ বজাৰৰ সম্ভাৱনা থকা অলিয়ষ্টৰ কাঠফুলা উৎপাদন কৰি স্বনিয়োজনৰ লগতে নিয়োগৰ সুবিধা সৃষ্টি কৰিছে যুৱক দুজনে ৷ চাওক আমাৰ এক প্ৰতিবেদন...

শিৱসাগৰৰ দুজন যুৱকৰ উদ্যম
লগতে চাওকঃ

বাজেটখনত জনকল‍্যাণমূলক আঁচনি সন্নিৱিষ্ট থাকিবঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details